উপ-নিৰ্বাচনৰ প্ৰাৰ্থিত্বক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া - কেবিনেট বৈঠক
🎬 Watch Now: Feature Video
ধেমাজি আনুষ্ঠিত কেবিনেট বৈঠকলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধীৰ দলপতি দেৱব্ৰত শইকীয়াই ৷ তদুপৰি আগন্তুক উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তথা উপ-নিৰ্বাচনত ৰাইজৰ দল তথা অন্যান্য দল সংগঠনৰ সৈতে কংগ্ৰেছ দলৰ মিত্ৰতা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ শইকীয়াৰ ৷ লগতে প্ৰকাশ শইকীয়াই শ্বেৰমান আলীৰ মন্তব্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷