দক্ষিণ পাট গৃহাস্বমী সত্রৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়ে ৰাজ্যবাসীক জনালে বিহুৰ শুভকামনা - দক্ষিণ পাট গৃহাস্বমী সত্র

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 13, 2022, 7:14 PM IST

আজি অসমীয়াৰ বাপতি সাহোন ভোগালী বিহুৰ উৰুকা । সমগ্ৰ ৰাজ্যৰ লগতে মাজুলীবাসীও সাজু হৈ উঠিছে ভোগৰ উৎসৱ ভোগালীক আদৰিবলৈ (Majuli people celebrating Uruka)। এই সময়তে, ৰাজ্যবাসীলে ভোগৰ উৎসৱ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছে দক্ষিণ পাট গৃহাস্বমী সত্রৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামীয়েও( Satradhikar Janardan Gowsami's Bihu wish for Assamese people) । এই ভোগালীয়ে প্ৰতিজন ব্যক্তিলৈ আনক সুখ শান্তি কঢ়িয়াই অনাৰ কামনা কৰিলে সত্ৰাধিকাৰ গৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.