স্বয়ম আঁচনিৰ টকাও বিজেপি নেতাক দিব লাগে হিতাধিকাৰীয়ে - হিতাধিকাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-10721094-thumbnail-3x2-hhhhkkk.jpg)
স্বয়ম আঁচনিৰ জড়িয়তে পোৱা ধনৰ ১০ হাজাৰ টকাকৈ দিব লাগে বিজেপি পালিনেতাক ৷ এই পালিনেতাৰ মতে ৩০ হাজাৰ টকাৰ ১০ হাজাৰ দিলে কোনো ক্ষতি নহয় হিতাধিকাৰীৰ ৷ অভিযোগৰ আঙুলি যোৰহাট বিজেপিৰ নেতা তথা প্ৰাক্তন আছু নেতা সুমন্ত হাজৰীকাৰ বিৰুদ্ধে ৷