লখিমপুৰত মৰিশালি সদৃশ নিস্তব্ধতা - লখিমপুৰ জিলাত হোম কোৱাৰেণ্টাইন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6645012-thumbnail-3x2-a.jpg)
নিমাওমাও লখিমপুৰৰ প্ৰতিখন গাঁও ৷ লখিমপুৰৰ প্ৰতিখন গাঁৱত এতিয়া প্ৰৱেশ বন্ধ বাহিৰা ব্যক্তিৰ ৷ লখিমপুৰ জিলাত বৰ্তমানলৈকে এজনো লোকৰ শৰীৰত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰা নাই যদিও ৩৩ জন লোকৰ তেজৰ নমুনা প্ৰেৰণ কৰা হৈছে পৰীক্ষাৰ বাবে । ইতিমধ্যে ৪ জনৰ দেহত নিগেটিভ ফলাফল আহিছে যদিও নিৰীক্ষণ চলি আছে চিকিৎসকৰ । ইতিমধ্যে বৰ্তমানলৈকে লখিমপুৰ জিলাত হোম কোৱাৰেণ্টাইনত আছে ৩৪৪৬ গৰাকী লোক।