প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে চামগুৰিত কংগ্ৰেছৰ প্ৰতিবাদ - কংগ্ৰেছ নেত্ৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13269279-thumbnail-3x2-aaaaaaaa.jpg)
উত্তৰ প্ৰদেশত কৃষকৰ খবৰ ল’বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে কংগ্ৰেছ দল । প্ৰিয়ংকা গান্ধীক গ্ৰেপ্তাৰৰ বিৰুদ্ধে চামগুৰিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ । চামগুৰিৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সমীপত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছে । বাজিয়াগাঁও ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে প্ৰতিবাদকাৰী ।