মূল্য বৃদ্ধিৰ বিৰুদ্ধে তিনিচুকীয়াত কংগ্ৰেছৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
মূল্য বৃদ্ধি হ্ৰাস কৰাৰ দাবীত সমগ্ৰ দেশৰ লগতে তিনিচুকীয়াটো কংগ্ৰেছৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ৷ তিনিচুকীয়াৰ বৰগুৰিস্থিত পেট্ৰল ডিপোৰ সন্মুখত গেছ ছিলিণ্ডাৰ, গেছ বাৰ্ণাৰ আদি লৈ কংগ্ৰেছে ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে ৷ পেট্ৰলৰ দাম 30 টকা আৰু বিজেপিৰ কৰ 60 টকা হোৱাৰ ফলতে ৰাইজে 90 টকাত পেট্ৰ'ল কিনিব লগা হৈছে বুলি মন্তব্য প্ৰতিবাদকাৰীৰ ৷