Land grabbing allegation : ন্যায় নোপোৱা পৰ্যন্ত ক্ষান্ত নহয় প্ৰদেশ কংগ্ৰেছ - Congress demand probe cm family land scam

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 25, 2022, 7:27 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against Assam CMs family)ক লৈ পুনৰ সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য । মঙলবাৰে এই সন্দৰ্ভত নগাঁৱত এখনি সংবাদ মেল সম্বোধন কৰে প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে । সংবাদমেলখনৰ জৰিয়তে উত্থাপিত অভিযোগক লৈ ন্যায়িক তদন্তৰ দাবী জনায় কংগ্ৰেছে । এই সন্দৰ্ভত আৰু কি কলে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.