দুদিনীয়া ভ্ৰমণ সূচীৰে বৰাকত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা - পৰিদৰ্শন
🎬 Watch Now: Feature Video

দুদিনীয়া ভ্ৰমণ সূচীৰে বৰাকত উপস্থিত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ শনিবাৰে শিলচৰত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে পোনে পোনে গৈ নিৰ্মাণ হৈ থকা সচিবালয়ৰ কামকাজৰ অগ্ৰগতিৰ বুজ লয় ৷ তাৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত সদৰি কৰে যে, আগন্তুক তিনি বছৰৰ ভিতৰত সৰ্ম্পূণ হ’ব সচিবালয়ৰ কাম ৷ তাৰ সমান্তৰাল ভাৱে শিলচৰ মেডিকেল কলেজো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
Last Updated : Sep 19, 2021, 2:43 PM IST