মঙলদৈত ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - cm elction campign
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11175470-428-11175470-1616807266204.jpg)
অসম বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে দৰঙৰ মঙলদৈত শুকুৰবাৰে ৰণ ডংকা বজালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মঙলদৈ বিধান সভা সমষ্টিৰ ধূলাত বিজেপি প্ৰাৰ্থী গুৰুজ্যোতি দাসৰ হৈ এই নিৰ্বাচনী প্ৰচাৰ চলালে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীদ্বয়ে ৷ এই নিৰ্বাচনী সভাতে কেইবাজনো কংগ্ৰেছ নেতাই বিজেপি দলত যোগদান কৰে । শুকুৰবাৰৰ এই নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াও ।