ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে

By

Published : Mar 27, 2021, 12:20 PM IST

thumbnail
প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে পুৱাৰে পৰাই ভোটাৰে ভিৰ কৰিছে ভোটকেন্দ্ৰ সমূহ ৷ সাধাৰণ ভোটাৰ সকলৰ লগতে প্ৰাৰ্থী সমূহেও সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক অধিকাৰ ৷ ডিব্ৰুগড় চৌকিদিংগিৰ 161নম্বৰৰ ভোটদান কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ ইফালে ডিব্ৰুগড়ৰৰ লাহোৱাল সমষ্টিত বিধায়ক প্ৰশান্ত ফুকনেও পুৱাই সাব্যস্ত কৰে নিজৰ ভোটাধিকাৰ । ভোটদানৰ লগতে এক ধৰ্মীয় স্থানত মূৰ দোঁৱাই আশিস লয় মুখ্যমন্ত্ৰী সোণোৱালে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.