টীয়কৰ চেলেংহাট তিনিআলি নগৰ গীৰ্জাঘৰত বৰদিন উদযাপন - টীয়কত বৰদিন উদযাপন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14007697-thumbnail-3x2-sau.jpg)
আজি পবিত্ৰ বৰদিন । সমগ্ৰ বিশ্বৰ লগতে অসম(Christmas celebration in Assam)তো বিশেষকৈ খ্ৰীষ্টান ধৰ্মৱালম্বী লোকসকলে উলহ মালহেৰে উদযাপন কৰিছে আজিৰ এই বিশেষ দিনটো । টীয়কৰ চেলেংহাট তিনিআলিস্থিত নগৰ গীৰ্জাঘৰতো শনিবাৰে বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হয় বৰদিন(Christmas celebration in Teok) । জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো গীৰ্জাঘৰত গোট খাই যীশুৰ ওচৰত প্ৰাৰ্থনা জনায় । অনুষ্ঠানত কেইবাগৰাকীও স্থানীয় শিল্পীয়ে কেৰল পৰিবেশন কৰি সকলোকে আপ্লুত কৰি তোলে ।