চিৰাঙত ৰংজালি বৈশাগু উদযাপন

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 16, 2019, 11:55 PM IST

ৰাজ্যজুৰি বিহুৰ উলহ-মালহ চলি থকাৰ সময়তে চিৰাং জিলাৰ ডাংতল গাঁওত পালন কৰা হয় ৰংজালি বৈশাগু ৷ ৰঙালী বিহুৰ সমান্তৰালকৈ বড়োসকলে উদযাপন কৰে ৰংজালি বৈশাগু ৷ যাৰ বাবে 15 এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বড়োসকলে আয়োজন কৰে এই বৈশাগু উৎসৱৰ ৷ ব'হাগৰ পহিলা দিনটোত বাথৌ পূজাৰে আৰম্ভ কৰা হয় বৈশাগু উৎসৱৰ ৷ মঙলবাৰে এই বৈশাগুৰ অন্ত পৰে,য'ত গাঁওখনৰ শিশুৰ পৰা আৰম্ভ কৰি ডেকা-গাভৰু,বৃদ্ধা সকলোৱে সমূহীয়া নৃত্যত অংশগ্ৰহণ কৰে ৷ স্থানীয় ৰাইজৰ মত অনুসৰি বড়োসকলৰ বাথৌ ধৰ্মৰ খেৰাই পূজাৰ পৰা এই ৰংজালি বৈশাগুৰ উৎপত্তি হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.