মৰাণত ধৰ্মীয় ৰীতি নীতিৰে পালন ষট পূজা - COVID 19
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13595323-thumbnail-3x2-news.jpg)
ডিব্ৰুগড় জিলাৰ মৰাণত বুধবাৰে ধৰ্মীয় নীতি নিয়মৰ মাজেদি পালন কৰা হয় ষট পূজা ৷ মৰাণ নগৰৰ ৰবি ষষ্ঠী সৰোৱৰ সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ষট পূজাস্থলীত ৰাইজে ধৰ্মীয় ৰীতি নীতি অনুসৰি অনুষ্ঠিত কৰে ষট পূজা ৷ উদ্যোক্তাই জানিবলৈ দিয়া অনুসৰি মৰাণ নগৰৰ ৰবি ষষ্ঠী সৰোৱৰ সমিতিৰ ষট পূজাই এইবাৰ ২৪ বছৰত ভৰি দিছে । প্ৰশাসনে বান্ধি দিয়া ক'ভিড নীতি-নিৰ্দেশনা মানি এইবাৰ ষট পূজা উদযাপন কৰা হৈছে বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।