গৃহ চহৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Oct 24, 2021, 8:17 PM IST

thumbnail
দেওবাৰে গৃহ চহৰ ডিব্ৰুগড়ত উপস্থিত হ’ল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । কাছাবাৰী শ্ৰী শ্ৰী আউনীআটী শাখা সত্ৰত নিৰ্মাণ হ’ব লগীয়া তিনিটাকৈ আঁচনিৰ শুভ উদ্বোধন কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে । কেন্দ্ৰীয় মন্ত্ৰীজনে দেওবাৰে পুৱাৰ ভাগতে ডিব্ৰুগড়ৰ নিজ গৃহ সমীপতে থকা সত্ৰখনত অসম চৰকাৰৰ আছুতীয়া পুঁজি জৰিয়তে নিৰ্মাণ হ’ব লগীয়া এখন বিদ্যালয়, এটি যাদু গৃহ, এটি আলহী গৃহৰ লগতে সত্ৰ খনৰ সন্মুখ ভাগত নিৰ্মাণ হ’ব লগা পকী নলা নিৰ্মাণ কাৰ্যৰ এটি অনুষ্ঠানৰ মাজদি শুভ উদ্বোধন কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.