ভাৰতীয় ৰে'লৱে গুদামৰ শ্ৰমিকৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ নতুন আঁচনি

By

Published : Nov 6, 2021, 7:03 PM IST

thumbnail

ভাৰতীয় ৰে'লৱে গুদামৰ শ্ৰমিক সকলৰ বাবে সুখবৰ । ভাৰতীয় ৰে'লৱে গুদামৰ শ্ৰমিক সকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে 13 খনকৈ নতুন আঁচনিৰ কথা ঘোষণা কৰিছে । সেই অনুসৰি, শ্ৰমিকৰ নাম পঞ্জীয়ন হোৱাৰ পিছতেই লাভ কৰিব পাৰিব স্বাস্থ্য বীমা, জীৱন বীমা আদিকে ধৰি কেতবোৰ চৰকাৰী সা-সুবিধা । ভাৰতীয় ৰে'লৱে গুদাম শ্ৰমিক সংঘই শনিবাৰে গুৱাহাটীৰ বামুনিমৈদামস্থিত কাৰ্বি নগৰ পথত আয়োজন কৰা এক সংবাদ মেলত শ্ৰমিক সকলৰ বাবে ৰূপায়ন কৰা এই আঁচনি সমূহৰ কথা ঘোষণা কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.