বাতিল হ'ল চৰাইদেউ জিলাৰ মাহমৰা ৰাজহুৱা ৰঙালী বিহু সন্মিলন - বিহু উদযাপন সমিতি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11498874-thumbnail-3x2-d6y.jpg)
ক'ভিডৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ'ল চৰাইদেউ জিলাৰ চতুৰ্দশ দ্বী-বাৰ্ষিক মাহমৰা ৰাজহুৱা ৰঙালী বিহু সন্মিলন । বৰ্তমান সময়ত ক্ৰমাগতভাৱে ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ৰণাৰ সংক্ৰমণৰ ফলতেই বিহু উদযাপন সমিতিয়ে গ্ৰহণ কৰে এই সিদ্ধান্ত । অহা ২৯ আৰু ৩০ এপ্ৰিলত অনুষ্ঠিত হোৱাৰ কথা আছিল বিহু সন্মিলনখনি ।