ৰূপজ্যোতি কুৰ্মীক ৰাজনৈতিক বহুৱা আখ্যা দিলে অখিল গগৈয়ে - উপ-নিৰ্বাচন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13418774-thumbnail-3x2-hhshhs.jpg)
ৰূপজ্যোতি কুৰ্মী এজন ৰাজনৈতিক বহুৱা । মৰিয়নী সমষ্টি উপ-নিৰ্বাচনৰ এক প্ৰচাৰ সভাত বিজেপিৰ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক কটাক্ষ কৰি অখিল গগৈয়ে কয়, ৰূপজ্যোতি কুৰ্মীয়ে বেছি গভীৰভাৱে কথা ভাৱিব নোৱাৰে ৷ কথা বিবেচনা কৰাৰ ক্ষমতাও কুৰ্মীৰ নাই ৷ লগতে কুৰ্মী এগৰাকী খালি টেমাৰ দৰে বুলি কয় অখিল গগৈয়ে ৷