তিনিচুকীয়াৰ এখন বাগিছাত ভূতৰ আতংক... - assam
🎬 Watch Now: Feature Video

নিশা 12 বাজিলেই দৰ্জাত টুকুৰিয়াই অপশক্তিয়ে!! অঘৰী আত্মাই খেদিছে তিনিচুকীয়াৰ এখন চাহ বাগিছাক ৷ নিজে নিজে চলিবলৈ আৰম্ভ কৰে চিলিং ফেন! ক'ত সংঘটিত হৈছে এই ঘটনা জানিবলৈ চাওক আমাৰ এই প্ৰতিবেদন....