thumbnail

By

Published : Jun 17, 2020, 10:06 AM IST

ETV Bharat / Videos

বি পি এফ প্ৰাৰ্থী ৰাজু বাৰালৰ সৈতে সাক্ষাৎকাৰ

মহামাৰী কৰ'ণা ভাইৰাছৰ পৰিপ্ৰেক্ষিতত বিটিচি নিৰ্বাচন অনিদিষ্ট কাললৈ স্থগিত ৰখা হৈছে যদিও ৰাজনৈতিক দল সমূহৰ মাজত অব্যাহত আছে আক্ৰমণ-প্ৰত্যাক্ৰমণ ৷ আগন্তক নিৰ্বাচন সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক 23নং দিহিৰা পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰাজু বাৰালৰ সৈতে এক সাক্ষাৎকাৰত মিলিত হৈছে৷ মুঠ 7 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিবলগীয়া সমষ্টিটোৰ পৰা নিজৰ বিজয় নিশ্চিত বুলি উল্লেখ কৰে ৰাজু বাৰালে ৷ সমষ্টিটোৰ বৰ্তমানৰ অবড়ো এম চি এল এ ঘনশ্যাম দাসৰ ওপৰত ৰাইজে আস্থা হেৰুৱাই পেলাইছে বুলি উল্লেখ কৰি বি টি এ ডিত পুনৰ বিপিএফ দলেই চৰকাৰ গঠন কৰিব বুলি প্ৰৱল আত্মবিশ্বস প্ৰকাশ কৰে বাৰালে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.