বঙাইগাঁওত আই নদীৰ তাণ্ডৱ - বঙাইগাঁওত আই নদীৰ তাণ্ডৱ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2019, 11:08 PM IST

বঙাইগাঁও জিলাত আই নদীৰ বাঢ়নি পানীৰ তাণ্ডৱ ৷ ইতিমধ্যে বানত প্লাৱিত হৈছে বহু গাঁও ৷ বান পানী আৰু গৰাখহনীয়াত সৰ্ব্বশ্বান্ত সিদলসতিৰ বালাজান চেচাপানী অঞ্চল ৷ দীৰ্ঘদিনীয়া এই গৰাখহনীয়াৰ সমস্যা দূৰীকৰণৰ বাবে চৰকাৰে এইপৰ্যন্ত গ্ৰহন কৰা নাই কোনো বিশেষ ব্যৱস্থা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.