বঙাইগাঁৱত বৰদিন উদযাপন - Bongaigaon Baghmara Christmas celebration
🎬 Watch Now: Feature Video

আজি পৱিত্ৰ বৰদিন ৷ সমগ্ৰ বিশ্বৰ লগতে অসমতো উলহ মালহেৰে উদযাপন কৰা হৈছে বৰদিন ৷ সমান্তৰালকৈ বঙাইগাঁৱৰ বাঘপাৰা নিগমৰ ব্যাপ্টিষ্ট গীৰ্জাতো বৃহস্পতিবাৰে নিশা বাৰ বজাৰ লগে লগে উদযাপন কৰা হয় বৰদিন ৷
TAGGED:
বঙাইগাঁৱত বৰদিন উদযাপন