বড়োসকলৰ বিষহৰি পূজা পালন - বিষহৰী পূজা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/images/320-214-3008519-thumbnail-3x2-bar.jpg)
প্ৰথম ব'হাগৰ দিনা বাক্সাৰ দিঘেলীত পৰম্পৰাগত বিষহৰি পূজা পালন ৷ আজিৰ এই দিনটোতে দিঘেলীত বিষহৰি পূজা পালন কৰি আহিছে কুবেৰ বংশৰ লোকে ৷ যুগ যুগ ধৰি পৰা চলি অহা বড়োসকলৰ বিষহৰী (শাক্ত) পূজাত পঠা, পাৰ বলি দিয়াৰ পৰম্পৰা আছে ৷ বছৰটোৰ আৰম্ভণিতে বিষহৰি পূজা দি আগন্তুক দিনত সকলোৰে মংগল কামনাৰে ইশ্বৰৰ ওচৰত আঠু লয় ভক্তই ৷