ৰঞ্জিৎ দাসৰ হৈ পাটাছাৰকুছিত পদব্ৰজে নিৰ্বাচনী প্ৰচাৰ - assam poll

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 3, 2021, 9:29 AM IST

পাটাছাৰকুছিত ৰাজ্যিক বিজেপিৰ মুখপাত্র সুভাষ দত্তৰ নিৰ্বাচনী প্ৰচাৰ ৷ ৰঞ্জিৎ দাসৰ হৈ পাটাছাৰকুছিত পদব্ৰজে নিৰ্বাচনী প্ৰচাৰ চলালে বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই ৷ অসমক ভাৰতৰ পৰা পৃথক কৰি ইছলামিক দেশ গঠন কৰাটোৱে বৰ্তমান এআইডিইউএফৰ এজেণ্ডা বুলি অভিযোগ দত্তৰ ৷ অসম জাতীয় পৰিষদে কোনো সমষ্টিতেই 10,000 ৰ অধিক ভোট নাপায় বুলি কটাক্ষ ডেকাৰ ৷ আজমলৰ শৰণাপন্ন হোৱাটো পবিন্দ্ৰ ডেকাৰ ঐতিহাসিক ভুল আখ্যা দিলে বিজেপিৰ মুখপাত্ৰ গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.