thumbnail

By

Published : Feb 26, 2021, 10:30 PM IST

ETV Bharat / Videos

নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপি-কংগ্ৰেছৰ

নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ বিজেপিয়ে ৷ বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে কয় যে, আশা কৰাতকৈ সোনকালে নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল যদিও বিজেপি সম্পূৰ্ণৰূপে সাজু ৷ বহুদিনৰ আগতেই অসম বিজেপি সম্পূৰ্ণৰূপে সাজু হৈ আছে ৷ ইপিনে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে নিৰ্বাচনৰ তাৰিখ ঘোষণা সন্দৰ্ভত কয় যে, কংগ্ৰেছৰ DNA বহুত শক্তিশালী ৷ কংগ্ৰেছৰ দলৰ শিপাডাল পাতাললৈকে শিপাই আছে ৷ কংগ্ৰেছৰ দলীয় কৰ্মীসকল উৎসাহী তথা অতি উদ্যমেৰে কাম কৰি গৈ আছে ৷ গতিকে এইবাৰ বিজেপিৰ অপশাসনৰ পৰা মিত্ৰজোঁটে অসমক বচাবলৈ সক্ষম হ'ব বুলি তেওঁ মন্তব্য কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.