সংবিধান উলংঘা কৰা হৈছেঃ সাংসদ বিশ্বজিৎ দৈমাৰী

🎬 Watch Now: Feature Video

thumbnail
সংবিধান উলংঘা কৰা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য সাংসদগৰাকীৰ ৷ বিটিচিত ৰাজ্যপাল শাসন প্ৰৱৰ্তন হোৱাৰ পিছত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যসভাৰ সাংসদ তথা বিপিএফ নেতা বিশ্বজিৎ দৈমাৰীয়ে ৷ সাংবাদিকৰ আগত বিটিচিৰ ক্ষেত্ৰত সংবিধান উলংঘা কৰা হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ ইয়াৰ উপৰি ৰাজ্যপাল শাসনৰ পিছত জনসাধাৰণ যথেষ্ট পৰিমাণে অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে এই শাসনৰ পিছত চৰকাৰী বিভাগসমূহত দুৰ্নীতি সংঘটিত হোৱাৰ বেছি সুবিধা থাকে বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.