বিদেশত কুশলে আছেনে অসমীয়া-7 - বিদেশত কুশলে আছেনে অসমীয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-6813642-thumbnail-3x2-v.jpg)
বিশ্ব মহামাৰীৰ এই ভয়াৱহ সময়চোৱাত জীৱিকা সূত্ৰে,অধ্যয়ন সূত্ৰে বা যিকোনো কাৰণতে বিশ্বৰ ভিন ভিন প্ৰান্তত বসবাস কৰি থকা অসমীয়া লোকসকল কেনে আছে ? কুশলে আছেনে তেওঁলোক ? পৃথিৱীৰ চুকে কোণে সিঁচৰতি হৈ থকা অসমীয়া লোকসকলৰ কুশল বাৰ্তা ৰাইজক জনোৱাৰ উদ্দেশ্যেই ইটিভি ভাৰতে প্ৰকাশ কৰিছে এই বিশেষ অনুষ্ঠান ৷ আহকছোন আজি জানো সম্প্ৰতি ভেৰিয’নত কৰ্মৰত আমেৰিকাৰ টেক্সাচৰ বাসিন্দা দেৱজিৎ ডেকা,পত্নী মামনী ডেকা আৰু একমাত্ৰ সন্তান আৰোহী ডেকাৰ মনৰ কথা...