নৱম স্থানৰে জিলিকিল দৰঙৰ ভৃগুমোহন কুমাৰ - ভৃগুমোহন কুমাৰ
🎬 Watch Now: Feature Video

দৰঙৰ উহৰচকৰ শ্ৰীমন্ত শংকৰদেৱ হাইস্কুলৰ পৰা নৱম স্থান দখল এজন ছাত্ৰৰ ৷ নৱম স্থান দখল কৰা ছাত্ৰ জনৰ নাম নাম ভৃগুমোহন কুমাৰ ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ লক্ষ্য মনত পুহি ৰখা ভৃগুৱে হাইস্কুল শিক্ষান্ত পৰীক্ষাত লাভ কৰিছে মুঠ ৫৮৫ নম্বৰ ৷