নলবাৰীৰ বৰভাগত ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন - ড° ভূপেন হাজৰিকা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13553607-thumbnail-3x2-ghc.jpg)
নলবাৰী জিলাৰ বৰভাগ যুৱ সমাজ আৰু বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত ভাৰতৰত্ন সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ দশম বাৰ্ষিক মৃত্যু তিথি পালন কৰা হয় । ৰাতিপুৱা পতাকা উত্তোলন, বন্তি প্ৰজ্বলন, সুধাকন্ঠৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, স্মৃতি ৰোমন্থনৰ লগতে সুধাকন্ঠৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় । সংগীত প্ৰতিযোগিতা শুভ উদ্বোধন কৰে বিশিষ্ট অভিনেতা তথা সমাজকৰ্মী ফনীন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে ।