কাছাৰৰ বৰাক নদীত ভয়াৱহ খহনীয়া - গৰাখহনীয়া
🎬 Watch Now: Feature Video

কাছাৰৰ বিভিন্ন অঞ্চলত বৰাক নদীয়ে লৈছে ভয়াৱহ ৰূপ ৷ কাছাৰ জিলাৰ বৰখলা সমষ্টিৰ অন্তৰ্গত শালচাপৰা ব্লকৰ কেইবাটাও অঞ্চলত ক্ৰমাৎ ভয়াবহ হৈ পৰিছে গৰাখহনীয়া ৷ বৰাক নদীৰ গৰাখহনীয়াত ইতিমধ্যে জাহ গৈছে বহু কেইটা অঞ্চল ৷ যাৰ ফলত আতংকিত হৈ পৰিছে গাঁওবাসী ৷