জালত পৰিল জোঁৱাইঃ ভাৰতত দুটাকৈ নতুন সম্পৰ্কৰে তজবজীয়া কোন এওঁ ? - WEST BENGAL
🎬 Watch Now: Feature Video

এজন পুত্ৰ, দুজন পিতৃ ৷ এজন পিতৃ বাংলাদেশত আৰু আনজন ভাৰতত ৷ এজন জন্মদাতা, আনজন আধাৰ কাৰ্ড ৷ পিচে শুনি আচৰিত নহ’ব , এইয়া হৈছে অসমৰ দেশৰ বিষম কথা ৷ এইজন বাংলাদেশী পুত্ৰই বিয়া কৰালে আকৌ অসমৰ যুৱতীক ৷ চাও আহক বিশেষ জোঁৱাইৰ সম্পৰ্কত বিস্তৃত প্ৰতিবেদন ...