বাৰ মাহে খেতি কৰি স্বাৱলম্বী হোৱা এগৰাকী আদৰ্শ কৃষক - কনক দাস
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3777691-thumbnail-3x2-hkjljm.jpg)
বাইহাটা, 8 জুলাইঃ খেতিপথাৰক লৈয়ে সপোন দেখা এগৰাকী আদৰ্শ কৃষক ৷ কমলপুৰৰ ওচৰৰ বৰুৱাজানী গাঁৱৰ কনক দাস নামৰ এইগৰাকী কৃষকে কৃৰ্ষিকৰ্মৰ জৰিয়তেই আগবাঢ়িছে জীৱনৰ বাটত ৷ কৰিছে লাও, জিকা, তিয়ঁহ, কেৰেলাৰ পৰা জলকীয়ালৈ ৷ একমাত্ৰ কৃষিকৰ্মকে জীৱনৰ সাৰথি কৰি কৃষকগৰাকীয়ে চলাই আহিছে 6 জনীয়া পৰিয়ালটো ৷ কনক দাসক কৃষি কৰ্মত সহায় কৰে পৰিয়ালৰ আটাইকেইগৰাকী সদস্যই ৷