বাঘজানৰ জুই নিৰ্বাপনত পুনৰ বিফল বিশেষজ্ঞৰ দল - Baghjan fire is continue due to the failure of special team

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 18, 2020, 7:33 PM IST

তিনিচুকীয়া, 18 আগষ্ট: বাঘজান বাসীৰ বাবে দুঃখবৰ ৷ জুই নিৰ্বাপনৰ ক্ষেত্ৰত পুনৰ বিফল বিশেষজ্ঞৰ দল ৷ সোমবাৰে বাঘজানৰ BGR-5 ত BOP স্থাপনৰ পিছত মংগলবাৰে বাঘজান তৈলক্ষেত্ৰৰ জুই নিৰ্বাপিত হোৱাৰ কথা আছিল যদিও পুনৰবাৰ বিফল হয় বিশেষজ্ঞৰ দল ৷ উল্লেখ্য যে, মংগলবাৰে ৰাসায়নিক পদাৰ্থ আৰু বিশেষ কাৰিকৰী কৌশল প্ৰয়োগ কৰি অগ্নি নিৰ্বাপনৰ প্ৰথম চেষ্টা চলাই যদিও বিফল হয় বিশেষজ্ঞৰ দলটো ৷ কিন্তু বৰ্তমানেও জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে বিশেষজ্ঞৰ দলে ৷ ঘটনাস্থলীৰ সমীপৰ পৰা আমাৰ সাংবাদিকৰ বিশেষ প্ৰতিবেদন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.