মিৰিপথাৰত বন্যহস্তীৰ জাকে এৰি গ’ল এটা হাতী পোৱালী - baby elephant rescue
🎬 Watch Now: Feature Video

গোলাঘাট জিলাৰ মৰঙিৰ মিৰিপথাৰত বন্যহস্তীৰ জাকে এৰি গ’ল এটা হাতী পোৱালী ৷ যোৱা 24 অক্টোবৰত বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যু হোৱা হাতীজনীৰ পোৱালী বুলি সন্দেহ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে পোৱালীটো উদ্ধাৰ কৰি কাজিৰঙাৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু পুনৰ সংস্থাপন কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে বনবিভাগে ৷