যোৰহাটত স্থাপিত হ'ব অসম জাতীয় আদৰ্শ বিদ্যালয় - Dr- Paramananda Rajbanshi
🎬 Watch Now: Feature Video

যোৰহাটত অসম জাতীয় আৰ্দশ বিদ্যালয় প্ৰতিষ্ঠাৰ সিদ্ধান্ত । অসম সাহিত্য সভা আৰু "ৰায়বাহাদুৰ হেৰম্বপ্ৰসাদ বৰুৱা সোৱৰণী শৈক্ষিক ন্যাস"ৰ মাজত চুক্তি সম্পন্ন ৷