thumbnail

বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ চাউনিত অসম আৰক্ষী দিৱস উদযাপন

By

Published : Oct 1, 2021, 8:47 PM IST

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় অসম আৰক্ষীৰ দিৱস । নগাঁও জিলাৰ বঢ়মপুৰস্থিত নৱম অসম আৰক্ষী বাহিনীৰ চাউনিতো বিশেষ কাৰ্যসূচীৰ মাজৰে উদযাপিত হ'ল অসম আৰক্ষী দিৱসটি । অসম আৰক্ষী দিৱসৰ লগত সংগতি ৰাখি মইদুল ইছলামক মুখ্যমন্ত্ৰীৰ বিশেষ সেৱা পদক, আৰক্ষী পৰিদৰ্শক নৱ ডেকা আৰু অসম আৰক্ষীৰ জোৱান জয়ন্ত কলিতাক প্ৰদান কৰা হয় আৰক্ষীক বিশেষ পদক ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.