Operation against traffic rules violation:ৰাজ্যৰ প্ৰতিটো প্ৰান্তত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান

By

Published : Dec 31, 2021, 8:40 AM IST

thumbnail
আগন্তুক নৱবৰ্ষক লৈ সস্তম হৈছে অসম আৰক্ষী ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত সক্ৰিয় ৰূপত দেখা গৈছে জিলা প্ৰশাসন তথা আৰক্ষীৰ লোকক ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে পৰিবহণ বিভাগৰ লগতে আৰক্ষী (Assam police become strict against law breakers) ৷ বাদ পৰি ৰোৱা নাই চৰাইদেউ আৰক্ষীও ৷ যান-বাহন আইন উলংঘাকাৰীৰ বিশেষকৈ সুৰাপান কৰি বাহন চলোৱা চালকৰ বিৰুদ্ধে সোণাৰিতো দিনে নিশাই চলিছে অভিযান ৷ অভিযানৰ সময়ছোৱাত অত্যাধিক সুৰাপান কৰি বাহন চলোৱা চালকক চিনাক্ত কৰি জৰিমনাৰ লগতে আইনী ব্যস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে ৷ অনুৰূপ পৰিৱেশ দেখা গ‘ল লাহোৱালতো ৷ হেলমেট পৰিধান নকৰা সকলৰ পৰা জৰিমনা সংগ্ৰহ কৰাৰ লগতে একোটাকৈ হেলমেট পৰিধান কৰাই পঠিয়ালে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.