thumbnail

By

Published : Nov 21, 2021, 7:11 PM IST

ETV Bharat / Videos

agri-laws repeal: কৃষি আইন প্ৰত্যাহাৰৰ ঘোষণাত সন্তুষ্ট নহয় কৃষক সভা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষি আইন প্ৰত্যাহাৰ(farm laws withdrawn by pm)ৰ ঘোষণা কৰা সম্পর্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম ৰাজ্যিক কৃষক সভা(Assam State Kisan Sabha)ই । কৃষক নেতা গোবিন্দ সিনহাই প্ৰধানমন্ত্ৰীৰ ঘোষণাক আদৰণি জনাই যদিও সন্তুষ্ট নহয় বুলি মন্তব্য কৰে । কৃষি আইন যিদৰে সংসদৰ মজিয়াত গৃহীত কৰি প্ৰণয়ন কৰিছিল সেইদৰে সংসদৰ মজিয়াত কৃষি আইন বাতিল কৰিলেহে আশ্বস্ত হ’ব বুলি মন্তব্য কৰে কৃষক নেতাগৰাকীয়ে । যেতিয়ালৈকে সংসদৰ মজিয়াত কৃষি আইন বাতিল(agri-laws repeal) নকৰে তেতিয়ালৈকে আন্দোলন চলি থাকিব বুলি উল্লেখ কৰে কৃষক নেতা গোবিন্দ সিনহাই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.