Majuli-Jorhat Bridge : নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে - Assam Chief Minister launches construction
🎬 Watch Now: Feature Video

বহু প্রত্যাশিত যোৰহাট-মাজুলী সংযোগী দলঙৰ(Majuli-Jorhat Bridge news) নিৰ্মাণ কাৰ্য সোমবাৰে শুভাৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM aaunches construction work of majuli-Jorhat bridge) ৷ ৯২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া এই দলঙৰ দৈৰ্ঘ্য হ'ব 8,25 কিলোমিটাৰ । সম্পূৰ্ণ মাংগলিক কাৰ্যসূচীৰে শুভাৰম্ভ কৰা হয় দলংখনৰ নিৰ্মাণ কাৰ্য ৷