বিকল্প অবিহনে উচ্ছেদ কৰা বন্ধ কৰক : অসম ৰাজ্যিক কৃষক সভা - ASKS press meet etv bharat news
🎬 Watch Now: Feature Video

প্ৰসংগ ছিপাঝাৰৰ গৰুখুঁটি কাণ্ড ৷ ছিপাঝাৰ গৰুখুঁটিৰ উচ্ছেদ অভিযানৰ পাচত কেনে আছে, ক’ত আছে উচ্ছেদিত লোকসকল ? কোনে খবৰ ৰাখিছে তেওঁলোকৰ ? ছিপাঝাৰ গৰুখুঁটিত সংঘটিত হোৱা উচ্ছেদ অভিযানৰ ন্যায়িক তদন্তৰ দাবী কৰি অসম ৰাজ্যিক কৃষক সভা আৰু অল ইণ্ডিয়া কিষান সভাৰ আহ্বান মৰ্মে মঙলবাৰে গুৱাহাটী প্ৰেছক্লাৱত আয়োজন কৰা হয় এখনি সংবাদমেলৰ ৷
Last Updated : Oct 6, 2021, 1:07 PM IST