বন্যাৰ্তলৈ সহায় অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদৰ - দাদুল বৰকটকী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-3967305-thumbnail-3x2-ban.jpg)
অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপণন পৰিষদ আগবাঢ়ি আহিল বন্যাৰ্তক সাহায্য প্ৰদানৰ বাবে ৷ পৰিষদৰ ৰাজ্যিক কাৰ্যালয়ৰ সিদ্ধান্তৰ পাছত এই তথ্য সদৰী কৰিছে পৰিষদৰ সম্পাদক দাদুল বৰকটকীয়ে । তেওঁ কয় যে কৰ্মচাৰী সকলে তেওঁলোকৰ এদিনৰ দৰমহা অহা সাত দিনৰ ভিতৰত বানপীড়িত সকলৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰিব ৷