চিত্ৰশিল্পী নীলিম মহন্তৰ হাতৰ পৰশত প্ৰাণ পালে সুধাকণ্ঠই

By

Published : Sep 8, 2020, 10:34 PM IST

Updated : Sep 8, 2020, 10:40 PM IST

thumbnail

সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ 94 সংখ্যক ওপজা দিনত আজি শ্ৰদ্ধাৰে সুঁৱৰিলে ৰাজ্যবাসীয়ে ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰাজ্য চৰকাৰৰ সমান্তৰালভাৱে আছুকে ধৰি দল-সংগঠনসমূহে আয়োজন কৰিলে বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ ওপজা দিন ৷ কিন্তু তেনে সময়তে দেখা পোৱা গ'ল চিত্ৰশিল্পী নীলিম মহন্তৰ ব্যতিক্ৰমী প্ৰচেষ্টা ৷ ওৰে নিশা উজাগৰে থাকি খানাপাৰা উৰণীয়া সেঁতুৰ তলত অংকণ কৰিলে অসমীয়া সংগীত জগতৰ পুৰোধা শিল্পী ভাৰত ৰত্ন ডঃ ভূপেন হাজৰিকাক ৷ তদুপৰি সুধাকণ্ঠৰ ছবিৰ কাষতে চিত্ৰশিল্পীগৰাকীয়ে লিখিলে,"We're In The same Boat Brother..." ৷

Last Updated : Sep 8, 2020, 10:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.