thumbnail

ডিব্ৰুগড়ৰ এজন অপ্ৰতিৰুদ্ধ যোদ্ধা

By

Published : Jun 4, 2020, 4:06 PM IST

বিনা বেতন,বিনা পৰিচয়ৰে আৰক্ষীৰ দায়িত্ব ৰূপায়ণ কৰা এজন বিশেষ ব্যক্তি ৷ তেওঁ কোনো দিনেই অসম আৰক্ষীত নিযুক্তি লাভ কৰা নাই যদিও সুদীৰ্ঘ দিন ধৰি পালন কৰি আহিছে আৰক্ষীৰ দায়িত্ব ৷ কামৰ বিনিময়ত কোনোদিন পোৱা নাই ফুটাকৰি এটাও ৷ কিন্তু প্ৰতি দিনেই তেওঁ খাকী পোচাকজোৰ পিন্ধি ওলাই আহে,নিজ কৰ্তব্যত । দি যায় চিগনেল,হুইছেল বজাই শৃংখলাবদ্ধতাৰে ৰাজপথত নিয়ন্ত্ৰণ কৰে যান-জঁট ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.