এনএইচপিচিৰ সামগ্ৰী কঢ়িওৱা বাহন জব্দ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ - এনএইচপিচিৰ সামগ্ৰী কঢ়িওৱা বাহন জব্দ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 6, 2020, 10:42 PM IST

Updated : Sep 7, 2020, 12:14 AM IST

ৰাইজৰ চকুত ধূলি মাৰি এনএইচপিচিৰ নদী বান্ধৰ বাবে সামগ্ৰী কঢ়িয়াই আছে চৰকাৰে ৷ বিগত সময়ছোৱাতো ইয়াক কেন্দ্ৰ কৰি সাব্যস্ত কৰা হৈছিল প্ৰতিবাদ ৷ দেওবাৰেও নিশা এনেদৰে সামগ্ৰী এনএইচপিচিলৈ টাৰ্বাইনৰ লগতে অন্যান্য সামগ্ৰী কঢ়িওৱা একাংশ বাহন জব্দ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও শাখাৰ এটা দলে ৷ দলটোৱে বাহনসমূহ উৰিয়াগাঁও বাইপাছৰ সমীপৰ ঘাইপথতে আৱদ্ধ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ নগাঁঁৱৰ এনএইচপিচি গুদামৰ পৰা এই সামগ্ৰীসমূহ আনি অৰুণাচল অভিমুখে কঢ়িয়াই নিয়া হৈছিল ৷
Last Updated : Sep 7, 2020, 12:14 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.