নদীবান্ধৰ কাম বন্ধৰ দাবীৰে AJYCPৰ ধৰ্ণা - প্ৰতিবাদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13156346-thumbnail-3x2-n.jpg)
নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ প্ৰতিবাদ ৷ গোগামুখত NHPCৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে আৰু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প(Lower Subansiri Dam)ৰ কাম বন্ধ কৰাৰ দাবীত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে AJYCP নগাঁও জিলা সমিতিয়ে ৷ চাওক AJYCPৰ উত্তাল প্ৰতিবাদৰ এক দৃশ্য...