তিনিচুকীয়াৰ লাইপুলিত ভোটদান লুৰিণজ্যেতি গগৈৰ

By

Published : Mar 27, 2021, 2:10 PM IST

thumbnail

তিনিচুকীয়াৰ লাইপুলি মধ্য ইংৰাজী বিদ্যালয়ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ভোটদান কৰে । ধূতি পৰিধান কৰি লুৰিণজ্যোতি গগৈয়ে ভোটদান কৰা দেখা যায় । তদুপৰি নিৰ্বাচনী প্ৰাৰ্থীগৰাকীক 122 নং বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণ আৰু অসম জাতীয় পৰিষদৰ তিনিচুকীয়া সমষ্টিৰ প্ৰাৰ্থী চমচেৰ সিঙৰ সৈতে এক অন্তৰংগ মুহুৰ্তত দেখা পোৱা গ’ল ৷ গণতন্ত্ৰৰ ভোট যুদ্ধত সকলোকে বন্ধুত্বমূলকভাৱে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ আহ্বান লুৰিণজ্যোতি গগৈৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.