thumbnail

By

Published : May 27, 2019, 8:20 PM IST

Updated : May 27, 2019, 8:46 PM IST

ETV Bharat / Videos

ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী আনুষ্ঠানিকভাৱে ঘোষণা অগপ-বিজেপিৰ

ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী আনুষ্ঠানিকভাৱে ঘোষণা অগপ-বিজেপিৰ, ৰাজ্যসভাৰ প্ৰথমখন আসনৰ প্ৰাৰ্থী অগপৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু দ্বিতীয়খন আসনত প্ৰতিদ্বন্দিতা কৰিব বিজেপিৰ কামাখ্যা প্ৰসাদ তাছাই ৷ সোমবাৰে অগপ বিজেপিৰ বিধায়নী বৈঠকৰ পিচতে ঘোষণা কৰে প্ৰাৰ্থীৰ নাম ৷ বুজাবুজি মৰ্মে বিজেপিয়ে এখন আসন এৰি দিছে অগপ দলক
Last Updated : May 27, 2019, 8:46 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.