Kaziranga National Park : এনিমেল কৰিড’ৰত প্ৰশাসনৰ উচ্ছেদ অভিযান - উচ্চতম ন্যায়ালয়

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 13, 2021, 7:45 PM IST

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনিমেল কৰিড’ৰত শনিবাৰে চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ গোলাঘাট জিলা উপায়ুক্তৰ নিৰ্দেশমৰ্মে হালধীবাৰী এনিমেল কৰিড'ৰ থকা এম এছ গ্ৰীণ আশিয়ানা ৰিৰ্জটত বোকাখাত আৰক্ষী আৰু বন বিভাগে চলায় এই উচ্ছেদ অভিযান ৷ কাজিৰঙাৰ ৯ টাকৈ এনিমেল কৰিড’ৰ মুকলি কৰাৰ বাবে নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে । ন্যায়ালয়ে ২০১৯ চনত নতুন নিৰ্মান কাৰ্য কৰিব নোৱাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতো একাংশ হোটেল, ৰিজৰ্টে অবৈধভাবে এই কৰিড’ৰসমূহত নিৰ্মাণকাৰ্য চলাই গৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.