মুক্তি লাভৰ পিছতে ৰিতুল শইকীয়াই জনালে বন্দীত্বৰ অভিজ্ঞতা

By

Published : May 22, 2021, 7:56 PM IST

thumbnail
অৱশেষত চৰাইদেউ আৰক্ষীয়ে আলফা স্বাধীনৰ দ্বাৰা অপহৃত তথা মুক্তি লাভ কৰা ৰিতুল শইকীয়াক শনিবাৰে চৰাইদেউ জিলাৰ সদৰ সোণাৰিত আনি উপস্থিত কৰায় । এমাহৰ অন্তত পৰিয়ালৰ লগত মিলিত হ'ল ৰিতুল । সোণাৰিতে পত্নী শতাব্দী আৰু চাৰিমহীয়া সন্তানক সাক্ষাৎ কৰিলে ৰিতুল শইকীয়াই । ইফালে শনিবাৰে সোণাৰি থানা চৌহদতে ৰিতুল শইকীয়াক লগত ৰাখি এক সংবাদমেলৰ আয়োজন কৰে চৰাইদেউ আৰক্ষীয়ে ৷ ৰিতুল শইকীয়াই সংবাদমেলত বিগত এমাহৰ অভিজ্ঞতা সংবাদমাধ্যমৰ আগত ব্যক্ত কৰে ৷ আনহাতে, এই সমগ্র ঘটনা সন্দৰ্ভত নিজৰ স্থিতিও স্পষ্ট কৰে চৰাইদেউ আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.