অসমৰ সীমা সমস্যা সমাধানত কেন্দ্ৰৰ হস্তক্ষেপৰ প্ৰয়োজন : আছু

By

Published : Aug 20, 2021, 9:20 AM IST

Updated : Aug 20, 2021, 10:04 AM IST

thumbnail

সীমা সমস্যা সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাৰ(AASU) সভাপতি দীপাংক কুমাৰ নাথৰ(Dipanka Kumar Nath)ৰ প্ৰতিক্ৰিয়া ৷ অসমৰ সীমা পূৰ্বৰ চৰকাৰসমূহে নিৰাপদে নৰখাৰ বাবেই আজি সীমান্তৱৰ্তী ৰাজ্য কেইখনে অসমৰ মাটি দখল কৰিবলৈ সক্ষম হৈছে । ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে অসমৰ ৰাইজৰ বাবে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিব লাগে । আনহাতে, মূল্যবৃদ্ধি(Price Hike) সন্দৰ্ভত সভাপতিগৰাকীয়ে কয় যে, যদিও কেন্দ্ৰীয় চৰকাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাখন সলনি কৰিছে ; সৰ্বসাধাৰণ ৰাইজে কিন্তু এতিয়াও সেই সামগ্ৰীসমূহ অত্যাৱশ্যকীয় সামগ্ৰী হিচাপেই কিনি আছে । মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত যোগান বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে । অনাগত দিনত বিভাগটোক সক্ৰিয় হ’বলৈ সকীয়াই দিয়ে আছুৰ সভাপতিগৰাকীয়ে ।

Last Updated : Aug 20, 2021, 10:04 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.