thumbnail

By

Published : Oct 22, 2021, 10:52 PM IST

ETV Bharat / Videos

পৃথক বৰাক : ড৹ নগেন শইকীয়াৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া শংকৰ জ্যোতি বৰুৱাৰ

বৰেণ্য সাহিত্যিক ড৹ নগেন শইকীয়াই বৰাকক পৃথক ৰাজ্য ঘোষণাৰ বাবে কৰা বিস্ফোৰক মন্তব্যৰ পাছতেই সদৌ অসম ছাত্র সন্থাৰ নিজা প্ৰতিক্ৰিয়া । আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ প্ৰতিক্ৰিয়া । ৰাজ্যত সমস্যাৰ উদ্ভৱ হ'লে ৰাজ্যখনৰ কোনো ঠাইকে পৃথক কৰি সমাধান কৰিব পৰা নাযাব বুলি মন্তব্য আছুৰ সাধাৰণ সম্পাদক গৰাকীৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.